Determiners definition, types and examples
Determiners
definition types and examples in Assamese Medium

Determiners
1. Article তিনি প্ৰকাৰৰ
(i)
A
(ii)
An
(iii)
The
Article
দুটা ভাগত ভাগ
কৰিব পাৰি
(i) Definite Article ( A / An )
(ii) Indefinite Article
( The )
‘A’ Article ৰ ব্যৱহাৰ :
1. কোনো এটা শব্দৰ
প্ৰথম আখৰটো যদি Consonant হয় । সেই শব্দৰটোৰ আগত
‘A’ Article ৰ ব্যৱহাৰ হয় ।
যেনে : A Box , A Cat
, A Dog
Eg : This is
a cat .
2. কোনো এটা শব্দই
এখন এজন অৰ্থাৎ একবছন শব্দ বুজাবলৈ ‘A’ Article ৰ ব্যৱহাৰ হয় ।
যেনে: A Girl
, A Teacher
, A Doctor
Eg : I have a pen .
3. কোনো এটা শব্দৰ
প্ৰথম আখৰটো যদি Vowel হয় কিন্তু তাৰ উচ্চাৰণ (ইউ you ) ৰ দৰে হয় তেনে শব্দৰ আগত ‘A’ Article ৰ ব্যৱহাৰ হয় ।
যেনে : A University , A
European .
Eg : She
is a European lady .
4. কোনো এটা শব্দৰ
প্ৰথম আখৰ (O)
হয় কিন্তু তাৰ উচ্চাৰণ (ওৱাৰ) নিচিনা হয় ।
তেনেহ’লে সেই শব্দৰটোৰ আগত
‘A’ Article ৰ ব্যৱহাৰ হয় ।
যেনে : A One
rupee note . A One
Eyed men .
Eg : She is
a One rupee note .
‘An’ Article ৰ ব্যৱহাৰ:-
1. কোনো এটা শব্দৰ
প্ৰথম আখৰটো যদি Vowel হয় | শব্দৰ আগত ‘An’ Article ৰ ব্যৱহাৰ হয় ।
যেনে:- An Ox
, An Apple , An Orenge
Eg :- I
have an umbrella .
2. কোনো এটা অনুচ্ছাৰিত ‘H’ যুক্ত শব্দৰ আগত ‘An’ Article ৰ ব্যৱহাৰ হয় ।
যেনে:- An Honest men ,
An Honarable , An Hour
Eg : She has come here an
Hour ago .
3. সংক্ষিপ্ত (Short from) ৰূপত থকা কোনো শব্দ যদি Consonant হয় তেনে
শব্দৰ আগত ‘An’ Article ৰ ব্যৱহাৰ হ’ব ।
যেনে: An RCC
, An MA , An MLA
.
Eg : He is an MA in Enlish .
‘The’ Article ৰ ব্যৱহাৰ :
1. কোনো এটা বস্তু
বা ব্যক্তি বা ঘটনা নিদিৰ্ষ্ট কৈ বুজাবলৈ ‘The’
Article ৰ ব্যৱহাৰ ।
যেনে: The boy , The
book , The dog
Eg: The
Brahmaputra is big river of Assam .
2. আগতে জনা কোনো বিষয়ক
বুজাবলৈ ‘The’ Article
ৰ ব্যৱহাৰ ।
যেনে: The Matter
, The Aecident , The Game
Eg: I know the Matter .
3. বাতৰি কাকতৰ নামৰ
আগত ‘The’ Article
ৰ ব্যৱহাৰ ।
যেনে: The Assam
Trivune .
The
Mumbai Mirrow.
The Janmabhumi .
Eg: I always
read The Assam Trivune .
4.
কোনো ধৰ্মৰ গ্ৰন্থ আৰু মহাকাব্য নামৰ আগত ‘The’ Article ৰ ব্যৱহাৰ ।
যেনে : The
Mahabharata
The Ramayana
The
bible
The Gita
Eg : My grandfather
always reads the Mahabharata .
5.
কোনো বেমাৰ আজাৰৰ নামৰ আগত ‘The’ Article
ৰ ব্যৱহাৰ ।
যেনে : The Covid – 19.
The
dango .
Eg: He died in the
covid 19 .
6. নদীৰ নামৰ আগত ‘The’ Article ৰ ব্যৱহাৰ ।
যেনে : The ganga .
The
Bramaputra
The
Barak
Eg : My father always baths in
the ganga .
7. যিবোৰ বস্তু
সংখ্যাটো মাত্ৰ এটা থাকে তেনে বস্তু বোৰৰ নামৰ আগত ‘The’
Article ৰ ব্যৱহাৰ ।
যেনে : The Sun
The
moon
The sky
The Earth
Eg
: The Sky is Blue .
8. পৰ্বত শ্ৰেণীৰ নামৰ
আগত ‘The’ Article
ৰ ব্যৱহাৰ ।
যেনে : The Himalayas .
The Milgiries .
Eg : The Himalayas are One The North of India .
9. বিশ্ববিখ্যাত
সংগঠনৰ আগত বা অৰ্থ যুক্ত দেশ বা প্ৰদেশৰ নাম যদি সংক্ষিপ্ত ৰূপত থাকে তাতে ‘The’ Article ৰ ব্যৱহাৰ ।
যেনে : The U.K
The U.S.A
The U.A.E
Eg : The U.N.O is worlds peace making Group .
10.
দিশৰ নামৰ আগত ‘The’
Article ৰ ব্যৱহাৰ ।
যেনে : The West
The North
The East
The South
11.
জাতিৰ নামৰ আগত ‘The’
Article ৰ ব্যৱহাৰ ।
যেনে : The Assamese
The Bengali
The Nepali
The Karbi
Eg : The assamese people are very helpful
.
12.
সাগৰ মহাসাগৰৰ আৰু জাহাজৰ নামৰ আগত ‘The’ Article ৰ ব্যৱহাৰ ।
যেনে : The Prasanta
Ocen
The Taitanic
Eg : The
Taitanic a world famous Ship .
13.
বিশ্ববিখ্যাত অট্টালিকা আৰু দ্বীপপুজ্ঞৰ
নামৰ আগত ‘The’ Article
ৰ ব্যৱহাৰ ।
যেনে : The Tajmahal
The Redford .
The Andamans.
Eg : I Seen The Tajmahal
14.
ৰাজনৈতিক দলৰ নামৰ আগত ‘The’ Article ৰ ব্যৱহাৰ ।
যেনে : The B.J.P
The A.J.P
The A.G.P
Eg : The B.J.P is Rulling in Assam .
* কৰ্চ (x) চিনৰ ব্যৱহাৰ :-
1. মানুহৰ নামৰ আগত, কিতাপৰ নামৰ আগত কোনো Article ব্যৱহাৰ নহয় ।
যেনে : Himanta Bishwa Sharma .
Lokesh Chandra Das .
Eg : x Himanta
Bishwa Sharma is Our C.M.
2.
বহুবছন শব্দ আৰু সংখ্যাৰে গণিব নোৱৰা আগত কোনো Article ব্যৱহাৰ নহয় ।
যেনে : Riligion (ধৰ্মীয়)
South Indian
food
Eg : x South
Indian food is very Easy to cook .
3.
চহৰ, নগৰ, ৰাজ্য আৰু
দেশবোৰৰ নামৰ আগত কোনো Article ব্যৱহাৰ নহয় ।
যেনে : Guwahati
Nepal
Assam
Eg : x Assam is a State of India.
4.
দ্বিপ বা হ্ৰদ, শ্বিংগ আৰু মহাদেশৰ নামৰ আগত কোনো Article ব্যৱহাৰ নহয় ।
যেনে : Majuli
Mount Everest
Asia
Eg : We Live
in x
Asia.
5.
গ্ৰহৰ নামৰ আগত কোনো Article ব্যৱহাৰ নহয় ।
যেনে : Earth
Jupiter
Eg : we can Live in x mars in future.
6.
খেল-ধেমালিৰ নামৰ আগত কোনো Article ব্যৱহাৰ নহয় ।
যেনে : Kabadi
Football
Eg : I
always play x football .
7.
ভাষা নামৰ আগত কোনো Article ব্যৱহাৰ নহয় ।
যেনে : Assamese
Bengali
Eg : we Spoke x
Assamese.
8.
সম্বন্ধৰ
নামৰ আগত কোনো Article ব্যৱহাৰ নহয় ।
যেনে : Father.
Brother.
Mother.
Eg : x my Father is a Farmer .
Little Diterminers ৰ ব্যৱহাৰ :
Little Diterminers
ক তিনিটা ভাগত ভাগ কৰা হয় ।
(i)
Little
(ii)
A Little
(iii)
The Little
Little Diterminers ৰ ব্যৱহাৰ :
(i)
Little Diterminers য়ে পৰিমাণগত
শব্দক বুজাবলৈ ব্যৱহাৰ কৰা হয় ।
(ii)
Little Diterminers য়ে একেবাৰে কম পৰিমাণে বা নাইকিয়া বুজাবলৈ ব্যৱহাৰ
কৰা হয় ।
A Little Diterminers ৰ ব্যৱহাৰ :
(i)
A Little Diterminers য়ে পৰিমাণগত
শব্দক বুজাবলৈ ব্যৱহাৰ কৰা হয় ।
(ii)
A Little Diterminers য়ে তুলনামূলকভাৱে কম পৰিমাণে আছে বুলি বুজাবলৈ
ব্যৱহাৰ কৰা হয় ।
The Little Diterminers ৰ ব্যৱহাৰ :
(i)
The Little Diterminers য়ে পৰিমাণগত
শব্দক বুজাবলৈ ব্যৱহাৰ কৰা হয় ।
(ii)
The Little Diterminers য়ে তুলনামূলকভাৱে বেছি বা আধাতকৈ বেছি বুজাবলৈ
ব্যৱহাৰ কৰা হয় ।
Examples : (i) There are Little
Milk
in the glass .
(ii)
Sita gave me Only A Little Milk .
(iii)
I drunk The
Little Milk From the glass.
Few Diterminers ৰ ব্যৱহাৰ :-
Few
Diterminers ক তিনিটা ভাগত ভাগ
কৰা হয় ।
(i)
Few
(ii)
A Few
(iii)
The Few
Few
Diterminers ৰ ব্যৱহাৰ
(i)
Few Diterminers য়ে সংখ্যাগত
শব্দক বুজাবলৈ ব্যৱহাৰ কৰা হয় ।
(ii)
Few Diterminers য়ে একেবাৰে কম
সংখ্যাক বুজাবলৈ ব্যৱহাৰ কৰা হয় ।
A Few Diterminers
ৰ ব্যৱহাৰ
(i)
A Few Diterminers য়ে সংখ্যাগত
শব্দক বুজাবলৈ ব্যৱহাৰ কৰা হয় ।
(ii)
A few Diterners য়ে
তুলনামূলকভাৱে কম সংখ্যা বুজাবলৈ ব্যৱহাৰ কৰা হয় ।
The Few
Diterminers ৰ ব্যৱহাৰ
(i)
The Few Diterminers য়ে সংখ্যাগত
শব্দক বুজাবলৈ ব্যৱহাৰ কৰা হয় ।
(ii)
The Few Diterminers য়ে অধিক সংখ্যক বা গোটেইকেইটা বুজাবলৈ ব্যৱহাৰ কৰা হয় ।
Examples : (i) The Men is Few
of Word .
(ii) Ram gave me Only a Few
marballs .
(iii)
I Can depent
the few Friends , I had .
USES OF ‘Much And Many
Diterminers
(i)
Much আৰু Many Diterminers সাধাৰনতে Countable আৰু Uncountable noun ৰ লগত ব্যৱহাৰ হয় ।
(ii)
Many Diterminers (সংখ্যাগত বা Quantity)
(iii) Much Diterminers ( Quanlity )
Examples : (i) How Many Student in your .
(iii)
How Much
Rain you bear with .
USES OF Some, Any , More Diterminers
(i)
Some Determiners সাধাৰণতে
সদ্যৰ্থক (positive ) বাক্যত ব্যৱহাৰ ।
(ii)
Any Determiners সাধাৰণতে প্ৰশ্নবোধক (Interrogative) আৰু নহয়সূচক বাক্য (negative) ত ব্যৱহাৰ হয় ।
(iii)
More Determiners সাধাৰণতে তুলনামূলক বাক্যত ব্যৱহাৰ হয় ।
Examples :
(i)
Sita Offered me some
books .
(ii)
She Didn’t gave me
Any mango .
(iii)
Is You do Any Work .
(iv)
Mr. Rama Swami is More
Taller then his wife .
Each আৰু Every Determiners ৰ ব্যৱহাৰ :
(i)
Each আৰু Every
Determiners Plural Number লগত ব্যৱহাৰ হয় । কোনো
কোনো ক্ষেত্ৰত Singular ৰ লগতো ব্যৱহাৰ হোৱা দেখা
যায় ।
(ii)
Each Determiners দুজন বা দুইধৰণৰ বস্তুৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়
। অৰ্থাত দুজনৰ ভিতৰত উভয়কে বুজাবলৈ Each Determiners ব্যৱহাৰ কৰা হয় ।
(iii)
Every Determiners দুটাতকৈ অধিক
বস্তু বা ব্যক্তিৰ ক্ষেত্ৰত Every ব্যৱহাৰ হয় ।
অৰ্থাত দুটাতকৈ অধিকৰ ভিতৰত উভয়কে বুজাই ।
Examples :
(i)
Each Of boys came here.
(ii)
Sita wore anklets On Each ankle .
(iii)
Every One make the
mistake .
(iv)
I did Every thing to
make sum .
USES OF ‘Nither’ And Either Diterminers:
(i)
Either Determiners য়ে দুটাৰ ভিতৰত এটাক বুজাই ।
(ii)
Nither Determiners য়ে দুটাৰ ভিতৰত
এটাকো নুবুজাই ।
Examples :
(i)
You can
do Either a
pen or a
pencil .
(ii) Nither Ram nor Rahim attend in the meeting
.
DETERMINER:
1. HSLC - 2011
(a) The painter is a man of ...... words (few/a few/the few)
Ans:- few
(b) ...... honorary secretary gets no salary for holding the post. (a/an/the)
Ans:- An
(c) ...... of the candidate must produce her/his identity card. (any/each/every)
Ans:- Each
(d) India won the match with ......bit of luck. (little/a little/the little)
Ans:- a little
2. HSLC - 2012
(a) ...... men are free from faults. (few/a few/the few)
Ans:- few
(b) ...... hour has passed since he left us. (a/an/the)
Ans:- an
(c) ...... of the students will be given a copy of the magazine.(every/each/any)
Ans:- each
(d) Please give me ...... money you have. (little/a little/the little)
Ans:- the little
3. HSLC - 2013
(a) He will come back within ...... hour. (a/an/the)
Ans:- an
(b) ...... men are free from faults. (few/a few/the few)
Ans:- few
(c) Leap year falls in ...... fourth year. (any/every/each)
Ans:- every
(d) ...... learning is a dangerous thing. (little/a little/the little)
Ans:- a little
4. HSLC - 2014
(a) I gave ...... one rupee note to the beggar. (a/an/the)
Ans:- a
(b) My father is ...... older than my mother. (many/much/more)
Ans:- much
(c) I buy ...... books every month. (few/a few/the few)
Ans:- a few
(d) I need ...... money I have. (little/a little/the little)
Ans:- the little
5. HSLC - 2015
(a) Please give me ...... time to finish the work.
Ans:- a little
(b) Then I will take you to ..... university.
Ans:- the
6. HSLC - 2016
(a) Ramen comes home twice . . . . . month .
Ans:- a
(b) Mr Bell rang ...... bell of alarm and I woke up.
Ans:- the
(c) A busy person has ..... time to waste.
Ans:- little
(d) Only ...... of the applicants were found suitable.
Ans:- a few
7. HSLC - 2017
(a) My brother is ___ NCC cadet.
Ans:- an
(b) We found the house without ___ difficulty
Ans:- much
(c) He has to feed his family with ___money he earns.
Ans:- the little
(d) Our Principal is a man of ___ words.
Ans:- few
8. HSLC - 2018
(a) ___ rich are not always unkind.
Ans:- the
(b) The principal gave the students ___ sound advice.
Ans:- much
(c) Every school has ___ union of the students
Ans:- a
(d) Is there ___ coffee left in the pot ?
Ans:- any
9. HSLC - 2019
(a) My brother had gone ___ hour ago.
Ans:- an
(b) A busy man has ___time to waste.
Ans:- little
(c) The classes started after ___ bell had rung.
Ans:- the
(d) ___ of their property was lost in the flood.
Ans:- much
10. HSLC - 2020
(a) They won the match without ___ difficulty.
Ans:- much
(b) Reading is ___ useful hobby.
Ans:- a
(c) I gave him ___ books I had.
Ans:- the few
(d) Kalidasa is ___ Shakespeare of India.
Ans:- the
11. HSLC – 2021
(a) ___ water in this pot is not clean .
Ans:- The
(b) Only ___ guests attended the function .
Ans:- a few
(c) Rajanikanta Bordoloi is called __ Scott of Assam .
Ans:- The
(d) His brother is __ M.A in English .
Ans:- an
12. HSLC – 2022
(a) Mr. Barua is a man of __ words .
Ans:- few
(b) Ms. Manisha married ___ European gentleman .
Ans:- a
(c) I want only ___ encouragement from you .
Ans:- a little
(d) __ of participants will be given a certificate .
Ans:- each
Published by Lokesh Das
*********************