Tense Definition and Examples.
TENSE
*Tense তিনি প্ৰকাৰৰ :-
1. Present Tense .
2. Past Tense .
3. Future Tense .
1. Present Tense :- ক চাৰিটা ভাগত ভাগ কৰা হয় ।
(i) Present Indefinite / Simple Present Tense .
(ii) Present Continuous Tense .
(iii) Present Perfect Tense .
(iv) Present Perfect Continuous Tense .
2. Past Tense :- ক চাৰিটা ভাগত ভাগ কৰা হয় ।
(i) Past Indefinite / Simple Past Tense .
(ii) Past Continuous Tense .
(iii) Past Perfect Tense .
(iv) Past Perfect Continuous Tense .
3. Future Tense :- চাৰিটা ভাগত ভাগ কৰা হয় ।
(ii) Future Indefinite Tense .
(ii) Future Continuous Tense .
(iii) Future Perfect Tense .
(iv) Future Perfect Continuous Tense .
1. Present Tense
(1) Present Indefinite/ Simple Present Tense :- Present Indefinite Tense য়ে সাধাৰণতে তিনিধৰণৰ বাক্যক বুজায় । সেইবোৰ হ’ল –
(i) Habitual action বা অভ্যাসগত কাম ।
(ii) Historical Sentense বা বুৰঞ্জীমূলক বাক্য ।
(iii) Universal truth বা চিৰন্তন সত্য ।
Formation:
Subject + Verb (Present From) + Object
*Present indefinite tense ৰ subject টো যদি 3rd person singular number হয় বা একবছন তেনে বাক্যত verb টোৰ পাছত (s) বা (es) যোগ হয় ।
Eg:
(i) I Eat rice .
(ii) He goes to market .
(iii) Sita reads a book .
2. Present continuous Tense :- বৰ্তমান সময়ত কোনো এটা কাম চলি আছে বুজাবলৈ Present Continuous tense ব্যৱহাৰ কৰা হয় ।
Formation:
Subject + be Verb (am/is/are) + verb + ing + Object
Eg:
(i) I am doing a work .
(ii) He is playing a ball.
3. Present Perfect Tense:- কোনো কাম অলপ আগতে বা ইতিমধ্য শেষ হল যদিও ইয়াৰ ফল বৰ্তমান চলি আছে বুজাবলৈ Present Perfect Tense ব্যৱহাৰ কৰা হয় ।
Formation:
Subject + be Verb (Have/Has) + verb ত past perticiple + Object .
Eg:
(i) We have eaten rice .
(ii) She has paid the bill .
(iii) I have written a letter .
4. Present Perfect Cotinuous Tense :- কোনো এটা কাম আৰম্ভ হৈ অবিৰতভাৱে এতিয়ালৈকে চলি আছে বুজাবলৈ Present Perfect Cotinuous Tense ব্যৱহাৰ হয় ।
Formation:
Subject + (Have/Has) been + verb + ing + Object + since/for + T.P.
Eg:
(i) I have been living in the Lanka since 2010 .
(ii) He has been doing a work for six years .
(iii) She has been cooking rice for two hours .
2. Past Tense
(1) Past Indefinite / Simple Past Tense:- কোন এটা কাম অতীতত সংঘটিত হৈছিল আৰু এতিয়া বৰ্তমানৰ লগত কোনো সম্পৰ্ক নাই Past Indefinite Tense ব্যৱহাৰ কৰা হয় ।
Formation:
Subject + Verb (Was/Were) + Object or
Subject + Verb (Past From) + Object .
Eg:
(i) He was army officer .
(ii) He did a work .
(iii) She wrote a letter .
(2) Past continuous Tense:- অতীততে সংঘটিত হোৱা দুটা কামৰ যিটো কাম চলি আছিল অৰ্থাৎ অতীতত চলি থকা কামবোৰ বুজাবলৈ Past continuous Tense ব্যৱহাৰ হয়
।
Formation:
Subject + be Verb (Was/Were) + verb + ing + Object
Eg:
(i) He was driving a car .
(ii) We were going to market .
(iii) I was sleeping in the garden .
(3) Past perfect Tense:- অতীততে সংঘটিত হোৱা দুটা কামৰ যিটো কাম আগতে ঘটিছিল সেই কামটোক বুজাবলৈ Past perfect Tense ব্যৱহাৰ হয় ।
Formation:
Subject + had + verb (past participle) + Object .
Eg:
(i) They had written a letter .
(ii) We had posted the letter .
(iii) Our headmaster had beaten us .
(4) Past perfect continuous Tense :- অতীততে সংঘটিত হোৱা দুটা কামৰ যিটো কাম অতীততে আৰম্ভ হৈ অবিৰতভাৱে চলি আছিল বুজাবলৈ Past perfect continuous Tense ব্যৱহাৰ হয় .
Formation:
Subject + had + been + verb + ing + Object + since/for +T.P.
Eg:
(i) Sita has been cooking fish curry for 2 hours .
(ii) We had been living in Lanka since 1992 .
(iii) You had been playing cricket for 3 hours .
3. Future Tense
(1) Future Indefinite / Simple Future Tense :- আগন্তক সময়ত বা ভৱিষ্যতে হ’ব লগা কামবোৰ বুজাবলৈ Future Indefinite Tense ব্যৱহাৰ হয় ।
Formation:
Subject + Shall/Will + verb + Object.
Eg:
(i) I Shall go to Lanka .
(ii) You shall play the football tomorrow .
(iii) Sita will do the work .
(2) Future Continuous Tense:- ভৱিষ্যতে কোনো এটা কাম চলি থাকিব বুজাবলৈ Future Continuous Tense ব্যৱহাৰ হয় ।
Formation:
Subject + Shall be /Will be + verb + ing + Object.
Eg:
(i) I shall be reading a book tomorrow morning .
(ii) He will be playing cricket today Evening.
(iii) The Game will be playing next month .
(3) Future Perfect Tense:- ভৱিষ্যতে হ’ব লগা দুটা কামৰ যিটো কাম আগে হোৱাৰ সম্ভাৱনা আছে সেই কামটো বুজাবলৈ Future Continuous Tense ব্যৱহাৰ হয় ।
Formation:
Subject + Shall have /Will have + verb + (past participle) + Object.
Eg:
(i) I shall have finished my homework .
(ii) She will have arrived to Lanka .
(iii) You will have left India .
Note:-
* যদি কোনো এটা বাক্যত Always, Usually, Every যুক্ত আৰু Daily, regularly, আদি থকে । তেনে বাক্যবোৰ সাধাৰণতে Present Indefinite Tense ত ব্যৱহাৰ হয় ।
* যদি কোনো এটা বাক্যত Now আৰু Continuously আদি শব্দবোৰ থাকে তেনে বাক্যবোৰ সাধাৰণতে Present Continuous Tense ত ব্যৱহাৰ হয় ।
* যদি কোনো এটা বাক্যত Already আৰু Just now তেনে বাক্যবোৰ সাধাৰণতে Present Perfect Tense ত ব্যৱহাৰ হয় ।
* যদি কোনো এটা বাক্যত Since আৰু For আদি শব্দবোৰ থাকে তেনে বাক্যবোৰ সাধাৰণতে Present Perfect Continuous Tense ত ব্যৱহাৰ হয় ।
* যদি কোনো এটা বাক্যত Last যুক্ত শব্দ Yesterday আদি আদি শব্দবোৰ থাকে তেনে বাক্যবোৰ সাধাৰণতে Past Indefinite Tense ত ব্যৱহাৰ হয় ।
* যদি কোনো এটা বাক্যত Tomorrow, Next যুক্ত আদি আদি শব্দবোৰ থাকে তেনে বাক্যবোৰ সাধাৰণতে Future Indefinite Tense ত ব্যৱহাৰ হয় ।
Conditional বাক্য
· অতীতত সংঘটিত হোৱা দুটা কামৰ যিটো কাম আগতে সংঘটিত হয় সেই কামটো বুজাবলৈ Past Perfect Tense ব্যৱহাৰ হয় আৰু পাছত হোৱা বুজাবলৈ Past Indefinite Tense ত ব্যৱহাৰ হয় ।
· যদি কোনো দুটা খণ্ড থাকে তাকে এটা Future Indefinite Tense হ’লে আনটো Present Indefinite Tense হয় । (সংযোজক হিচাপে if ব্যৱহাৰ হয় )।
· যদি কোনো এটা বাক্যত সংযোজক হিচাপে After নাইবা Before থাকে তেনে বাক্যবোৰৰ সাধাৰণতে Past Perfect Tense ত ব্যৱহাৰ হয় ।
· যদি কোনো এটা বাক্যত When বা While দ্বাৰা সংযোজিত হয় । তাৰে এটা Past Indefinite Tense হ’লে আনটো Past Continuous Tense হয় ।
· যদি কোনো এটা বাক্যত When বা While দ্বাৰা সংযোজিত হয় । তাৰে এটা বাক্য Present Indefinite Tense হ’লে আনটো Present Continuous Tense হয় ।
Published by Lokesh das