Class 9 Science Chapter 8: Motion Solutions in Assamese Medium
NCERT Solutions for Class 9 Science Chapter 8: Motion in Assamese Medium
At Digital Pipal Academy, we offer comprehensive NCERT Solutions for Class 9 Science Chapter 8: Motion in Assamese Medium. This chapter is crucial as it forms the foundation for understanding various physics concepts related to movement, speed, velocity, and acceleration. Our solutions are designed to make complex ideas easy to understand and to clarify any doubts that students may have.
Topics and Sub-Topics Covered in Class 9 Science Chapter 8: Motion:
1. Motion
2. Describing Motion
3. Measuring the Rate of Motion
4. Rate of Change of Velocity
5. Graphical Representation of Motion
6. Equations of Motion by Graphical Method
7. Uniform Circular Motion
These topics are explained in detail with the help of diagrams, step-by-step explanations, and problem-solving techniques to ensure students grasp the concepts effectively.
Why Choose Digital Pipal Academy's NCERT Solutions for Chapter 8: Motion?
Our NCERT Solutions for Class 9 Science Chapter 8 are specifically designed to:
1. Clarify Doubts: Our solutions break down complex topics into simpler, digestible parts, making it easier for students to understand and clear their doubts quickly.
2. Provide a Concept-Based Approach: We focus on helping students develop a solid grasp of core concepts through clear explanations and graphical representations.
3. Prepare for SEBA and Competitive Exams: Our materials include exam-oriented questions, activities, and exercises that are designed to help students perform well in both SEBA and competitive exams.
4. Student-Friendly Approach: The content is tailored to be student-friendly, encouraging a learning environment where students can easily relate to the subject matter.
Additional Resources Available:
1. Download Exclusively Curated Chapter Notes: Get access to chapter-specific notes that summarize key points, ensuring a quick revision of important concepts.
2. Download Important Questions for Chapter 8: Motion: Practice with a selection of the most important questions from the chapter, specifically curated for exams.
Our faculty, with extensive teaching experience, has contributed to these solutions, ensuring a thorough and well-structured guide for students. You can access the NCERT Solutions for Class 9 Science Chapter 8: Motion in Assamese Medium on our website or download them in PDF format for offline use.
Visit us at www.pipalacademy.in for more educational content and resources designed to help you excel in your studies.
For students preparing for their SEBA Board exams, our Class 9 Solutions provide an excellent resource to build a strong foundation in science. Read the complete solutions for free and enhance your learning experience with Digital Pipal Academy.
These solutions are part of Solutions for Class 9 Science in Assamese Medium. Here we have given Class 9 NCERT Science Textbook Solutions for Chapter 8 Motion in Assamese Medium.
Class 9 Science Chapter 8: Motion Questions Answer in Assamese Medium
গতি
Class 9 Science Textbook Page No – 100
প্ৰশ্নাৱলী
1. বস্তু এটাই এক নির্দিষ্ট দূৰত্ব অতিক্রম কৰিলে। ইয়াৰ সৰণ 'শূন্য' হ'ব পাৰেনে? যদি পাৰে, তেন্তে তোমাৰ উত্তৰৰ সমৰ্থনত উদাহৰণ এটা দিয়া।
উত্তৰঃ ইয়াৰ সৰণ ‘শূণ্য’ হ’ব পাৰে। বস্তুটোৱে যদি বৃত্তাকাৰ পথত গতি কৰে ইয়াৰ সৰণ শূণ্য হয়। কাৰণ প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজত কোনে পার্থক্য নাথাকে।
উদাহৰণ: যদি বস্তু এটাই কোনো এক বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰি বৃত্তাকাৰ পথত পুণৰ আগৰ বিন্দুলৈ উভতি আহে তেতিয়া সৰণ শূণ্য হয়।
2. খেতিয়ক এজনে 10m বাহুৰ বৰ্গাকৃতি পথাৰ এখনৰ সীমাৰে 40 ছেকেণ্ডত ভ্রমণ সম্পূর্ণ কৰে। 2 মিনিট 20 ছেকেণ্ড সময় অতিবাহিত হোৱাৰ পিছত প্ৰাৰম্ভিক অৱস্থানৰ পৰা তেওঁৰ সৰণৰ মান কিমান হ'ব?
উত্তৰঃ
3. সৰণৰ ক্ষেত্ৰত তলৰ কোনটো সত্য?
(a) ই শূন্য হ'ব নোৱাৰে।
(b) ইয়াৰ মান বস্তুটোৱে অতিক্ৰম কৰা দূৰত্বতকৈ বেছি।
উত্তৰঃ (a) আৰু (b) দুয়োটাই অসত্য।
Class 9 Science Textbook Page No – 102
প্ৰশ্নাৱলী
1. দ্রুতি আৰু বেগৰ পাৰ্থক্য লিখা?
উত্তৰঃ দ্রুতি আৰু বেগৰ পাৰ্থক্য হ’ল
দ্রুতি |
বেগ |
1. কোনো গতিশীল বস্তুৱে একক সময়ত অতিক্রম কৰা দুৰত্বক দ্রুতি বোলে। |
1. কোনো গতিশীল বস্তুৰে কোনো নির্দিষ্ট দিশত একক সময়ত অতিক্রম কৰা দূৰত্বক বেগ বোলে। |
2. দ্ৰুতি স্কেলাৰ ৰাশি। |
2. বেগ ভেক্টৰ ৰাশি। |
2. কি চর্ত বা কি কি চর্ত সাপেক্ষে বস্তুৰ গড় বেগৰ মান তাৰ গড় দ্রুতিৰ সমান হয়?
উত্তৰঃ যেতিয়া বস্তু এটাই সৰল ৰেখাত গতি কৰে তেতিয়া বস্তুৰ গড়বেগৰ মান গড় দ্ৰুতিৰ সমান হয়।
3. মটৰগাড়ীৰ অড’মিটাৰে (odometer) কি জোখে?
উত্তৰঃ অড ‘মিটাৰৰ সহায়ত মটৰগাড়ীৰ অতিক্ৰম কৰা দূৰত্ব জোখা হয়।
4. সুষমভাৱে গতিশীল বস্তু এটাৰ গতিপথ কেনেকুৱা?
উত্তৰঃ সুষমভাৱে গতিশীল বস্তু এটাৰ গতিপথ সৰলৰৈখিক বা বৃত্তীয় হ’ব পাৰে।
5. পৰীক্ষা এটাৰ সময়ত মহাকাশযান এখনৰ পৰা প্ৰেৰিত সংকেত এটা 5 মিনিটত ভূমিস্থিত ষ্টেচনত সংগ্রীহিত হ'ল। ভূমিস্থিত ষ্টেচনৰ পৰা মহাকাশযানখনৰ দূৰত্ব কিমান হ'ব? সংকেতটোৱে পোহৰৰ দ্রুতিৰে অৰ্থাৎ দ্রুতিৰে গতি কৰে।
উত্তৰঃ
Class 9 Science Textbook Page No – 103
প্ৰশ্নাৱলী
1. তুমি কেতিয়া বস্তু এটাৰ (i) সুষম ত্বৰণ (ii) বিষম ত্বৰণ হোৱা বুলি ক'বা?
উত্তৰঃ
(i) বস্তু এটা সুষম ত্বৰণত গতি কৰিছে বুলিলে বুজিব লাগিব যে
(a) বস্তুটোরে একেডাল সৰল ৰেখাত গতি কৰিছে।
(b) সমান সময়ৰ ব্যাৱধানত বস্তুটোৰ বেগৰ বৃদ্ধিৰ মান সমান।
(ii) সমান সমান সময়ৰ ব্যাৱধানত যদি গতিশীল বস্তু এটাৰ বেগৰ পৰিবৰ্তনৰ মান বেলেগ বেলেগ হয় তেনেহ’লে বস্তুটোৰ ত্বৰণ বিষম ত্বৰণ হ’ব।
2. বাছ এখনৰ দ্রুতি 5 ছেকেণ্ডত 80 km h¹ ব পৰা 60 km h¹ লৈ হ্রাস পালে। বাছখনৰ ত্বৰণ নিৰ্ণয় কৰা।
উত্তৰঃ
3. ৰে'লগাড়ী এখনে ষ্টেচন এটাৰ পৰা যাত্ৰা আৰম্ভ কৰি সুষম ত্বৰণেৰে 10 মিনিটত তাৰ দ্রুতি 40 km h¹ লৈ বৃদ্ধি কৰিলে। ইয়াৰ ত্বৰণ নিৰ্ণয় কৰা।
উত্তৰঃ ইয়াত,
Class 9 Science Textbook Page No – 107
প্ৰশ্নাৱলী
1. বস্তুৰ সুষম আৰু বিষম গতিৰ ক্ষেত্ৰত দূৰত্ব- সময় লেখৰ প্ৰকৃতি কেনেকুৱা হয়?
উত্তৰঃ
2. বস্তু এটাৰ দূৰত্ব-সময় লেখ সময় অক্ষৰ সমান্তৰাল এডাল সৰল ৰেখা। বস্তুটোৰ গতিৰ বিষয়ে তুমি কি মন্তব্য কৰিবা?
উত্তৰঃ বস্তু এটাৰ দ্রুতি-সময় লেখ সময় অক্ষৰ সমান্তৰাল সৰলৰেখা হ’লে ইয়াৰ গতি সুষম হব।
3. বেগ-সময় লেখ এডালৰ তলৰ অংশই আৱৰি থকা কালিৰ জোখে নির্দেশ কৰা ৰাশিটো কি?
উত্তৰঃ বেগ-সময় লেখৰ তলৰ অংশই আৱৰি ৰখা কালিৰ জোখে বস্তুটোৱে অতিক্রম কৰা দূৰত্ব নির্দেশ কৰে।
Class 9 Science Textbook Page No – 109&110
প্ৰশ্নাৱলী
1. এখন বাছ ৰৈ থকা অৱস্থাৰ পৰা গতি আৰম্ভ কৰি ত্বৰণেৰে 2 মিনিট সময় গতি কৰিলে।
(a) গাড়ীখনে লাভ কৰা দ্রুতি আৰু
(b) অতিক্ৰম কৰা দূৰত্ব উলিওৱা।
উত্তৰঃ দিয়া আছে,
2. ৰেলগাড়ী এখন দ্রুতিৰে গতিশীল অৱস্থাত আছে।সুষম ত্বৰণ সৃষ্টি হোৱাকৈ গাড়ীখনত ব্রেক প্রয়োগ কৰা হ'ল। ৰে'লগাড়ীখন ৰোৱাৰ আগলৈকে কিমানদূৰ আগবাঢ়ি গ'ল?
উত্তৰঃ ইয়াত,
3. হেলনীয়া সমতল এখনেদি গতি কৰা ট্রলী এখনৰ ত্বৰণ 2 cm /sec²। আৰম্ভণিৰ পৰা 3 ছেকেণ্ডৰ পিছত ইয়াৰ বেগ কিমান হ'ব?
উত্তৰঃ ইয়াত
4. বেগৰ প্ৰতিযোগিতাত ভাগ লোৱা গাড়ী এখনৰ সুষম ত্বৰণৰ মান 4 m/s²। আৰম্ভণিৰ পৰা 10 ছেকেণ্ডৰ পিছত ই কিমান দূৰত্ব অতিক্ৰম কৰিব?
উত্তৰঃ ইয়াত,
5. শিল এটা বেগেৰে উলম্বভাবে ওপৰলৈ দলিওৱা হৈছে। যদি শিলটোৰ গতিৰ সময়ত ত্বৰণ তললৈ 10 m s-² হয়, তেন্তে শিলগুটিটো কিমান উচ্চতালৈ উঠিব আৰু সেই উচ্চতালৈ উঠিবলৈ সি কিমান সময় ল'ব?
উত্তৰঃ ইয়াত,
অণুশীলনীঃ
1. এজন দৌৰবিদে 200 মিটাৰ ব্যাসৰ বৃত্তাকাৰ পথ এটাৰে 40 ছেকেণ্ড সময়ত এপাক সম্পূৰ্ণ কৰিলে। 2 মিনিট 20 ছেকেণ্ডৰ অন্তত তেওঁ অতিক্ৰম কৰা দূৰত্ব আৰু সৰণ কিমান হ’ব?
উত্তৰঃ
।
2. 300 মিটাৰ দৈৰ্ঘ্যৰ পোন পথ এটাৰ এটা মূৰ Aৰ পৰা দৌৰি 2 মিনিটত 30 ছেকেণ্ডত যোচেফ আনটো মূৰ Bত উপনীত হ’ল আৰু তাৰ পৰৱৰ্তী 1 মিনিটত C বিন্দুলৈ 100 m উভতি আহিল।
(a) Aৰ পৰা B লৈ আৰু
(b) Aৰ পৰা C লৈ যোচেফৰ দৌৰৰ গড় দ্ৰুতি আৰু বেগ নিৰ্ণয় কৰা।
উত্তৰঃ
3. আব্দুলে স্কুললৈ গাড়ী চলাই যাওঁতে তাৰ গতিৰ গড় দ্ৰুতি 20 km h-1 বুলি গণনা কৰিলে আৰু একে পথেৰে উভতি আহোতে ভিৰ কম হোৱাৰ বাবে তাৰ গড় দ্ৰুতি 30 km h-1 হ’ল । সম্পূৰ্ণ যাত্ৰাটোত আব্দুলৰ গড় দ্ৰুতি কিমান?
উত্তৰঃ
4. হ্ৰদ এটাত ইঞ্জিনচালিত নাও এখন স্থিতিশীল অৱস্থাৰ পৰা 3.0 ms-2 স্থিৰ হাৰত সৰল ৰেখা এডালেদি 8.0 s ৰ বাবে ত্বৰিত হ’ল । এই সময়ত নাওখনে কিমান দূৰ অতিক্ৰম কৰিলে?
উত্তৰঃ
5. 52 km h-1 ত গৈ থকা গাড়ী এখনৰ চালকে ব্ৰেগ প্ৰয়োগ কৰিলে আৰু বিপৰীত দিশত সুষমভাৱে ত্বৰিত হ’ল। গাড়ীখন 5 ছেকেণ্ডত ৰৈ গ’ল। আন এখন গাড়ীৰ চালকে 3 km h-1 ত গৈ থকা অৱস্থাত লাহে লাহে ব্ৰেগ প্ৰয়োগ কৰিলে আৰু 10 ছেকেণ্ডত ৰৈ গ’ল। একেখন লেখ-কাগজত দুয়োখন গাড়ীৰ দ্ৰুতি বনাম সময় লেখ অংকণ কৰা। ব্ৰেগ প্ৰয়োগৰ পিছত কোনখন গাড়ী অধিক দূৰলৈ গ’ল?
উত্তৰঃ
6. 8.11 চিত্ৰত A, B আৰু C তিনিটা বস্তুৰ দূৰত্ব-সময় লেখ দেখুৱা হৈছে। লেখকেইটা অধ্যয়ন কৰি তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়াঃ
(a) তিনিটাৰ ভিতৰত আটাইতকৈ বেগী কোন?
(b) কেতিয়াবা তিনিওটাই পথৰ কোনো বিন্দুত একেলগ হৈছিলনে?
(c) Aক Bএ পিছ পেলোৱাৰ মুহূৰ্তত C কিমান দূৰলৈ গৈছিল?
(d) Cক পিছ পেলোৱাৰ মুহূৰ্তত B কিমান দূৰলৈ গৈছিল?
উত্তৰঃ
7. 20 মি. উচ্চতাৰ পৰা বল এটা লাহেকৈ পেলাই দিয়া হ’ল। ইয়াৰ বেগ 10 ms-2 সুষম হাৰত বাঢ়িলে ই কিমান বেগেৰে ভূমিত পৰিব? কিমান সময়ৰ পিছত ই ভূমিত পৰিব?
উত্তৰঃ
8. 8.12 চিত্ৰত গাড়ী এখনৰ দ্ৰুতি-সময় লেখ দেখুৱা হৈছে।
(a) প্ৰথম 4 ছেকেণ্ডত গাড়ীখন কিমান দূৰলৈ যাব নিৰ্ণয় কৰা। এইখিনি সময়ত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব বুজোৱা লেখৰ অঞ্চলটোত ৰং দিয়া।
(b) লেখৰ কোনটো অংশই গাড়ীখনৰ সুষম গতি নিৰ্দেশ কৰিছে?
উত্তৰঃ
9. তলত দিয়া পৰিস্থিতিবোৰৰ ভিতৰত যিবোৰ সম্ভৱপৰ সেইবোৰ উল্লেখ কৰা আৰু প্ৰত্যেকৰে একোটাকৈ উদাহৰণ দিয়া।
(a) স্থিৰ ত্বৰণ কিন্ত শূণ্য বেগৰ বস্ত।
(b) কোনো এক দিশত গতিশীল বস্ত এটাৰ
উত্তৰঃ
(a) হয়, প্ৰদত্ত পৰিস্থিতিটো সম্ভৱপৰ।
উদাহৰণস্বৰুপেঃ যেতিয়া এটা শিলগুটি ওপৰলৈ দলিয়াই দিয়া হয় তেতিয়াহে সৰ্বোচ্চ বিন্দুত ইয়াৰ বেগ শূণ্য হয় কিন্ত ত্বৰণৰ মান মাধ্যাকৰ্ষণিক ত্বৰণৰ সমান হয় অৰ্থাৎ 9.8 ms-1 ।
(b) হয়, প্ৰদত্ত পৰিস্থিতিটো সম্ভৱপৰ।
উদাহৰণস্বৰুপেঃ অনুভূমিকভাৱে উৰণকাৰ্য সম্পন্ন কৰা চৰাই এটাৰ ওপৰত মাধ্যাকৰ্ষণিক ত্বৰণে উলম্বভাৱে নিম্নদিশত অৰ্থাৎ উৰণৰ দিশত সম্বভাৱে ক্ৰিয়া কৰে।
10. 42250 km ব্যাসাৰ্ধৰ বৃত্তীয় কক্ষপথেদি কৃত্ৰিম উপগ্ৰহ এটা প্ৰদক্ষিণৰত হৈ আছে । যদি ই 24 ঘণ্টাত পৃথিৱীক এবাৰ প্ৰদক্ষিণ কৰে তেন্তে তাৰ দ্ৰুতি নিৰ্ণয় কৰা ।
উত্তৰঃ
About
the Publisher
Sudev Chandra Das (B.Sc. Mathematics)
At Digital Pipal Academy, I dedicate myself to guiding students toward better education with unwavering effort. Believing that success stems from preparation, hard work, and learning from failure, I strive to inspire and empower learners on their educational journeys.
Follow us on
Subscribe Our YouTube Channel |
Class 9 Textbooks Solutions in Assamese
medium
Class 10 Textbooks Solutions in
Assamese medium
Follow us on
Ø YouTube : @DigitalPipalAcademy
Ø Instagram: pipal_academy
Ø Facebook : digitalpipalacademy
Ø E MAIL : info@pipalacademy.com