Preposition definition and examples in Assamese language.

Preposition (সংযোজক অব্যয়)
(1)
About preposition ৰ ব্যৱহাৰ
(i) কোনো বস্ত বিষয়ৰ আদিৰ সম্বন্ধে বুজাবলৈ About
Preposition ব্যৱহাৰ কৰা হয় ।
যেনে- I
asked about the case .
(ii) চাৰিওফালে বুজাবলৈ About
Preposition ব্যৱহাৰ কৰা হয় ।
যেনে- I
bought the belt about my waist .
(iii) ওচৰত বা কাষ চপা বুজাবলৈ সময় বা ঘটনাৰ ক্ষেত্ৰত
About Preposition ব্যৱহাৰ কৰা হয় ।
যেনে- The old man is about to pass away .
(iv)
প্ৰায় বুজাবলৈ সংখ্যা বা সময়ৰ ক্ষেত্ৰত About
Preposition ব্যৱহাৰ কৰা হয় ।
যেনে- it
is about six o’clock.
(2)
Above Preposition ৰ ব্যৱহাৰ
(i) ওপৰত বুজাবলৈ Above Preposition ব্যৱহাৰ হয় ।
যেনে- The
boy is above me in our class .
The sky is above our head .
(ii) জুখতকৈ বেছি বুজাবলৈ Above
Preposition ব্যৱহাৰ হয় ।
যেনে- The
toy cost above 50 rupees.
(iii)
হিচাপৰ বাহিৰত বুজাবলৈ Above
Preposition ব্যৱহাৰ হয় ।
যেনে- His
conduct above bear.
(iv)
উন্নত মানৰ বা উচ্চ পৰ্যায়ৰ বুজাবলৈ Above
Preposition ব্যৱহাৰ হয় ।
যেনে- He
was above such wise.
(3)
After Preposition ৰ ব্যৱহাৰ
(i)
কাৰোবাৰ বা কিবা বস্তু বা বিষয়ৰ পিছত বুজাবলৈ After
Preposition ব্যৱহাৰ হয় ।
যেনে- The
dog came after me .
(ii)
কাৰোবাৰ অনুসন্ধানত বুজাবলৈ After
Preposition ব্যৱহাৰ হয় ।
যেনে- Police
out after the thief.
(iii)
কোনো বস্তু বা ব্যক্তিৰ লগত আন কাৰোবাৰ মিল থকা
বুজাবলৈ After Preposition ব্যৱহাৰ হয় ।
যেনে- Hetakes
after her mother .
(iv)
সত্ত্বেও বুজাবলৈ After
Preposition ব্যৱহাৰ হয় ।
যেনে- After
all he is a good boy .
(4)
At Preposition ৰ ব্যৱহাৰ
(i)
সৰু ঠাই বুজাবলৈ At
Preposition ব্যৱহাৰ হয় ।
যেনে- We
live at 2 no Pipal Pukhuri.
(ii)
সঠিকভাৱে সময় বুজাবলৈ At
Preposition ব্যৱহাৰ হয় ।
যেনে- I
have taken my meat at 9 p.m.
(iii) কাৰোবাৰফালে বা
দিশে বুজাবলৈ At Preposition ব্যৱহাৰ হয় ।
যেনে- He
look at me .
(iv)
জীৱিকা বুজাবলৈ At Preposition ব্যৱহাৰ হয় ।
যেনে- Ram
is at modeling .
(v) কোনো বস্তুৰ দাম বুজাবলৈ At
Preposition ব্যৱহাৰ হয় ।
যেনে- I buy the pen at 20
rupees .
(vi) কোনো
ব্যক্তি বা বিষয়ৰ ওপৰত নিৰ্ভৰশীল বুজাবলৈ At Preposition ব্যৱহাৰ হয় ।
যেনে- We
live at our father hard work .
(5)
In Preposition ৰ ব্যৱহাৰ
(i) ডাঙৰ ঠাইৰ নামৰ আগত In
Preposition ব্যৱহাৰ হয় ।
যেনে- We
live in Guwahti .
(ii)
সময় (ব্যাপক) বুজাবলৈ
in Preposition ব্যৱহাৰ হয় ।
যেনে- We
always play football in evening .
(iii)
অৱস্থা বুজাবলৈ in Preposition ব্যৱহাৰ হয় ।
যেনে- She
is in good health .
(iv) কোনো এটা কাম কি ধৰণে হৈছে বুজাবলৈ in
Preposition ব্যৱহাৰ হয় ।
যেনে- they
came in Group .
(v)
ভিতৰত বুজাবলৈ in Preposition ব্যৱহাৰ হয় ।
যেনে- The
ball is in the box.
(6)
By Preposition ৰ ব্যৱহাৰ
(i)
দ্বাৰা বুজাবলৈ by Preposition ব্যৱহাৰ হয় ।
যেনে- A
tiger was killed by hunter .
(ii) কাষৰ ঠাই বুজাবলৈ by Preposition
ব্যৱহাৰ হয় ।
যেনে- Please sit by me .
(iii) কাৰোবাৰ মতে বুজাবলৈ by
Preposition ব্যৱহাৰ হয় ।
যেনে- What
is the time by your watch ?
(iv) জোখ-মাখ বুজাবলৈ by Preposition ব্যৱহাৰ হয় ।
যেনে- Rice
should by k.g .
(v) কোনো কামৰ উপায় বুজাবলৈ by Preposition ব্যৱহাৰ হয় ।
যেনে- Sita
goes to school by bus.
(vi) একেবাৰে ওচৰৰ বুজাবলৈ by Preposition ব্যৱহাৰ হয় ।
যেনে- Our
tuition start by 3:30 P.M.
(vii) কোনো নিৰ্দিষ্ট সময়ৰ ভিতৰত বুজাবলৈ by Preposition ব্যৱহাৰ হয় ।
যেনে- we
do it by day.
(7)
From Preposition ৰ ব্যৱহাৰ
(i) পৰা বুজাবলৈ from Preposition ব্যৱহাৰ হয় ।
যেনে- He
suffering fever from morning .
(ii)
উৎস বা উপত্তিৰ বুজাবলৈ from Preposition ব্যৱহাৰ হয় ।
যেনে- The
Ganga rice from Himalaya.
(iii) কাৰণ (আঘাত)বুজাবলৈ from Preposition ব্যৱহাৰ হয় ।
যেনে- The
boy died from injury.
(iv)
উদ্দেশ্য বুজাবলৈ from Preposition ব্যৱহাৰ হয় ।
যেনে- He
acted from selfish maner.
(v)
কোনো মূল উৎসৰ পৰা পূথক বুজাবলৈ from Preposition ব্যৱহাৰ হয় ।
যেনে- The
leaf falls from tree.
(8)
With Preposition ৰ ব্যৱহাৰ
(i) কাৰোবাৰ লগত বুজাবলৈ with Preposition ব্যৱহাৰ হয় ।
যেনে- I
want to zoo with my mother .
(ii) কোনো সা-সঁজুলি দ্বাৰা কৰা বুজাবলৈ with Preposition ব্যৱহাৰ হয় ।
যেনে- The
tiger was killed with a gun.
(iii) সত্ত্বেও বুজাবলৈ with Preposition ব্যৱহাৰ হয় ।
যেনে- With all
your mistake, I still want you.
(9)
Under Preposition ৰ ব্যৱহাৰ
(i)
তলত বুজাবলৈ under Preposition ব্যৱহাৰ হয় ।
যেনে- The
cow sat under the tree .
(ii)
কম বুজাবলৈ under Preposition ব্যৱহাৰ হয় ।
যেনে- This
pen cost under 20 rupees.
(10)
Of Preposition ৰ ব্যৱহাৰ
(i)
উৎস বুজাবলৈ of Preposition ব্যৱহাৰ হয় ।
যেনে- He
came of in a riched family.
(ii) কোনো ঘটনাৰ কাৰণ বুজাবলৈ (বেমাৰ ক্ষেত্ৰত) of Preposition ব্যৱহাৰ হয় ।
যেনে- The
old man died of fever.
(iii) ধাতু বুজাবলৈ of Preposition ব্যৱহাৰ হয় ।
যেনে- My ring is made of gold .
(iv)
দূৰত্ব বুজাবলৈ of Preposition ব্যৱহাৰ হয় ।
যেনে- My
home is 10 k.m. of Lanka.
(v)
সম্বন্ধীয় বিষয় বুজাবলৈ of Preposition ব্যৱহাৰ হয় ।
যেনে- I
don’t know anything of matter.
(vi)
হাতসাৰা বুজাবলৈ of Preposition ব্যৱহাৰ হয় ।
যেনে- I got rid of the case .
(vii)
বিপৰীত মুখী বুজাবলৈ of Preposition ব্যৱহাৰ হয় ।
যেনে- My
home is in the city of Guwahati.
(11)
To Preposition ৰ ব্যৱহাৰ
(i)
কোনো ঠাইলৈ বুজাবলৈ to
preposition ব্যৱহাৰ হয় ।
যেনে- I want to Shillong .
(ii) অভিযোজন (সম্পৰ্ক)বুজাবলৈ to
preposition ব্যৱহাৰ হয় ।
যেনে- This
picture is not to my linking .
(iii)
কোনো সংস্থা বা সংগঠনৰ লগত থকা সম্পৰ্ক বা
সম্বন্ধ বুজাবলৈ to Preposition ব্যৱহাৰ হয় ।
যেনে- He
is President to the club.
(iv)
ফলাফল বা পৰিণতি বুজাবলৈ to Preposition ব্যৱহাৰ হয় ।
যেনে- The
glass broke to piease .
(v)
কাৰোবাৰ হকে বুজাবলৈ to Preposition ব্যৱহাৰ হয় ।
যেনে- We
should do our duty to our country.
(12)
On Preposition ৰ ব্যৱহাৰ
(i)
স্পৰ্শ বুজাবলৈ on Preposition ব্যৱহাৰ হয় ।
যেনে- The
book is on the table.
(ii)
সময় (বাৰ) বুজাবলৈ on Preposition ব্যৱহাৰ হয় ।
যেনে- I go
to Lanka on Monday.
(iii)
নিৰ্ভৰশীল বুজাবলৈ on Preposition ব্যৱহাৰ হয় ।
যেনে- The
cow lives on the grass.
(iv)
সীমা বুজাবলৈ on Preposition ব্যৱহাৰ হয় ।
যেনে- Guwahati
is on the Brahmaputra .
(v)
কোনো পৰিস্থিতিৰ অৱস্থা বুজাবলৈ on Preposition ব্যৱহাৰ হয় ।
যেনে- I
have not on good terms with him .
(vi)
কোনো বিষয়ৰ বাবে বুজাবলৈ on Preposition ব্যৱহাৰ হয় ।
যেনে- I
congrats you on your success .
(vii)
কোনো বিষয়ৰ ওপৰত বুজাবলৈ on Preposition ব্যৱহাৰ হয় ।
যেনে- The
quthor wrote the book on history.
(13)
For Preposition ৰ ব্যৱহাৰ
(i)
উদ্দেশ্য বুজাবলৈ for Preposition ব্যৱহাৰ হয় ।
যেনে- They
do it for money.
(ii)
ব্যাপক সময় বুজাবলৈ for Preposition ব্যৱহাৰ হয় ।
যেনে- I
have ill for a week.
(iii)
কাৰণত বুজাবলৈ for Preposition ব্যৱহাৰ হয় ।
যেনে- The
man was punished for his conduct.
(iv)
কোনো ঠাইৰ অভইমুখে বুজাবলৈ for Preposition ব্যৱহাৰ হয় ।
যেনে- I
started for Mumbai.
(v)
সত্ত্বেও বুজাবলৈ for Preposition ব্যৱহাৰ হয় ।
যেনে- For
all that, you are to balance .
(vi)
কাৰোবাৰ হকে বুজাবলৈ for Preposition ব্যৱহাৰ হয় ।
যেনে- I
always stand for you .
(vii)
কাৰণে বুজাবলৈ for Preposition ব্যৱহাৰ হয় ।
যেনে- I
was absent headed .
(14)
Againest Preposition ৰ ব্যৱহাৰ
(i)
কাৰোবাৰ বিৰুদ্ধে বুজাবলৈ against Preposition ব্যৱহাৰ হয় ।
যেনে- The
fight against terrorism .
(ii)
তুলনা বুজাবলৈ against preposition ব্যৱহাৰ হয় ।
যেনে- Threre are more student in their year angainest last .